চীনৰ সৰগৰ দৰ্জাৰ পিছফালে কি আছে ?😮 Exploring Heavens Gate Tianmen Mountain china. by Bhukhan Pathak
HTML-код
- Опубликовано: 11 апр 2025
- Exploring Heavens Gate China
Tianmen Mountain china
Zhangjiajie
Bhukhan Pathak
Assamese vlog
Assamese mixture
China trip
An Assamese in china
Episode - 25
#bhukhanpathak #tianmenmountain #heavensgate Развлечения
এনেকুৱা দীঘলীয়া চিৰি বগোৱা অভিজ্ঞতা মোৰো আছে, বহুত ভাগৰ লাগে গতিকে তুমি ইমান কষ্ট কৰি ভিডিঅ' দিয়া বাবে ধন্যবাদ।
ভূষণ সুন্দৰ লাগিছে তুমি নিজ চকুৰে দেখিছা কিমান সুন্দৰ দেখিছা
বহুত ধুনীয়া লাগিছে। তোমাৰ পৰাই চীনৰ বহুত ধুনীয়া ঠাই দেখিবলৈ পালো। তোমাক বহুত বহুত ধন্যবাদ জনালো লগতে সদায় তোমাক ভগৱানে কুশলে ৰাখক আৰু আগুৱাই যোৱা। শিৱসাগৰ পৰা চাই আছো।
সুন্দৰ।অতি মনোমোহা দৃশ্য। তোমাৰ কাৰনে চীনৰ দেশৰ মনোমোহা দৃশ্য দেখা পালো ।
সঁচাকৈ চাব লগীয়া ঠাই,বৰ ভাল লাগিল। যাওঁ যাওঁ লাগি যায়,কি মনোমোহা দৃশ্য
Very good gajen das
চীন দেশৰ বিভিন্ন স্থানৰ ওপৰত ইমান ধুনীয়াকৈ ভিডিও বনাই সুন্দৰ উপষঠাপন কৰি ঘৰতে বহি চীন দেশ চোরার আশা পূৰ কৰা বাবেধন্যবাদ। God bless you ❤
ভূষণ তোমাক অশেষ ধন্যবাদ। আমাৰ ভাৰত বৰ্ষৰ চৰকাৰে কেতিয়া এনেকুৱা যোগাবোৰ চিনৰ দৰে কৰিব ভাবিলে বৰ দুখ লাগে ।আমি ইমান পিচ পৰি আছো তাৰ পাছতো ভাৰতৰ ধনী মানুহ কিছুমানৰ ইমান অহংকাৰ। ভাবিলে বৰ দুখ লাগে।
Bahut val lagise ru ane dhuniya dhuniya video dekhai thakibo
চীনা সকলে নিজা ভাষাক সন্মান কৰে । সেইহে তেওঁলোক আমাতকৈও শ বছৰ আগত ।
বহুত ভাল লাগিল। ধন্যবাদ, আগুৱাই যোৱা
বহুত ভাল লাগিছে। অসমীয়া ইউটিউবাৰ চীন দেশত তুমিয়েই প্ৰথম চাগৈ?
তোমাৰ উন্নতি হওক , তাকেই কামনা কৰিলো।
অতি সুন্দৰ হৈছে ভাল লাগিল !
অহ কিজে কম ইমান সুন্দৰ ভিডিঅ'বহুত বহুত ধন্যবাদ জনালো দেই ভুষন আৰু ভগৱানে সদায় ভালে ৰাখক তোমাক ❤
Dhuniya lagise Bhai ❤❤❤❤❤❤
Mojjah lagil sai
আপোনাৰ চেষ্টা আৰু কষ্ট ফলত বহু কথা গম পালোঁ দেখা পালোঁ ধন্যবাদ
বহুত ধুনীয়া ঠাই, সঁচাই ভাল লাগিল
আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলো।আপোনাকৰ চেনেলৰ জৰিয়তে বহুত বিদেশৰ ঠাই দেখিছো পুনৰ ধন্যবাদ জনালো।নগাঁও চাপৰমুখ।
বহুত ধুনীয়া লাগিল অসমত থাকিও চাব পাৰিলো চিন দেশৰ 🙏
সুন্দৰ। তোমাৰ বাবে চীন দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাই চাবলৈ পালো। তোমাক বহুত বহুত ধন্যবাদ। ভগৱানে তোমাক ভালে ৰাখক।
1 and only Assam RUclipsr this Bhukan Daa🫂🫴☺️
বহুত ধুনীয়া লাগিল চাই ,ভূষণ দা।
ভূষণ ভাই ভিদিওবোৰ যে ইমান কষট কৰি নিজৰ পিতৃ-মাতৃক আৰু বন্ধু-বান্ধৱীসকলোক আৰু গোতেই অসম ৰাইজক দেখুৱাই থকাৰ বাবে বহুত বহুত আপোনাক ধন্যবাদ🙏🙏🙏❤️❤️❤️।
Thank you so much 🙏
বহুত সুন্দৰ লাগিল দেই।
Beutiful place, beutiful video 💚
Eman kosto kori apuni video bur upohar dise tar babe thank you so much😊
Apuna loi advance congratulation 1m r♥️
Mojja lagile ❤❤❤❤❤🎉🎉🎉😮😮😮😮😮❤❤❤ mojjah😊
সুন্দৰ ভিডিও , বহুত বহুত ধন্যবাদ
বহুত ধুনীয়া ভিদীও কিন্তু glassar দলং দেখি বহুত ভয় লাগে ।
বহুত সুন্দৰ। ধন্যবাদ জনাইছো দেখুওৱা বাবে
Bhukhan daa No 1 RUclipsr from Assam
Homoy gogoi no 1 youtuber in assam
Bhushan Manisu tumak ,eman vhal lagise ,lagate Bhayo lagise tumaloi 🎉
বহুত ভাল লাগিল তোমাৰ কাৰণেই চিনৰ সুন্দৰ দৃশ্য দেখা পালো ,আমি যোৱাৰ কথা সপোনতো ভাবিব নোৱাৰো --
Bhukhan da namber 1 you tuber Assam ❤
বহুত ভাল লাগিল ।ধন্যবাদ ।
বহুত ভাল লাগিল চাই। কোনো দিন নেদেখা বহুত বস্তু আৰু বিভিন্ন ঠাই তোমাৰ দ্বাৰা দেখা পালোঁ। আগলৈও দেখা পাম বুলি আশা ৰাখিলোঁ।
বহুত ধুনীয়া...জয় আই অসম💪 ভাৰত মাতা কি জয়
Bhukhan daa apuni amar karone eman kasoto korise thank you ❤❤❤❤
Khub val lagil china Heaven gate & glass Bridge. ❤
বহুত ধুনীয়া ❤
বহুত সুন্দৰ৷আৰু দি থাকিবা
ইমান কষ্ট কৰি প্ৰকৃতিৰ মনোমোহা বস্তু বিলাক দেখুৱাই আছে সচায় ভাল লাগিছে, অতি সোনকালেই 1 মিলিয়ন হওক তাৰেই কামনা কৰিলোঁ ❤️🙏🙏
❤❤❤
বহুত ভাল লাগিল । পুনৰ এনেকুৱা ভিডিঅ পোৱাৰ আশা থাকিল ,,,,
Moja lagishe de❤
বহুত ভাল লাগিছে। ভগৱানে আপোনাক কুশলে ৰাখক আৰু আগবাঢ়ি যোৱাত সহায় কৰক।
Joi ai axom
Emazing video জয় আই অসম৷
OMG😮Moi hole matha ghurai pori golu hoi glue.r dolong xon dekhi a voi lgise apuni j khahokh krise manisu, apunar krnei dekhilu emn dine reels burot he dekhi asilu, ta dada emn dhuniya video amak upohar diyar babe tmi bhut aguwai juwa xeyai parthona 🙏
Bohut dhuniya place. , Chai bor bhal lagil
Eman thowga thowga api asy Chinat 😊🎉❤
বহুত ধুনীয়া লাগিছে
❤Assamese Mixture ❤জয় আই অসম 🙏🏼
BRICS 🇧🇷🤝🏻🇷🇺🤝🏻🇮🇳🤝🏻🇨🇳🤝🏻🇿🇦
আপোনাক দেখি মোৰে ভাগৰ ভাগৰ লাগিছে
শুভেচ্ছা থাকিল আগুৱাই যাওঁক
অকলে অকলে ইমান ভাগৰ লগাইছে মোৰ চিন্তা লাগিছে।
বহুত ধুনীয়া লাগিছে ।তোমাৰ যোগেদি চীনৰ ধুনীয়া ঠাই দেখিব পালোঁ।তোমাক thankyou । এনেদৰে আৰু আগুৱাই যোৱা।
Advance Congratulations For 1million Subscriber
শলাগ লৈছোঁ তোমাৰ চীনৰ বহুত ধুনিয়া ঠাইবোৰ চায় বৰ ভাল লাগিল ।
Jaldi jaldi video dibo❤❤
ভাল লাগিল চাই, ধন্যবাদ
ভূষণ দা তাত অসমৰ মানুহ এটা নাই চাগে ন,
Arunachalr bhut ase sage
বহুত ধন্যবাদ। আৰু আগ বাঢ়ক ।
Bengaluru FC 1 - 2 North East United FC 🔥🔥
যোৰহাটৰ পৰা চাই আছো, বহুত ধুনীয়া লাগিছে, আপোনাক অশেষ ধন্যবাদ , ভগৱান আপোনাৰ সহায় হওক❤️👍🙏🙏🙏
পিছৰ ছোৱালী জনী পোৱা হলে বুলি ভাবি থকা লৰা সকলে LIKE এটা কৰি জাবা 🥰🥰🥰
পিছৰ জনীক নালাগে তোমাক লাগে ফোন নম্বৰ দিবা
😅😅
Protitu dikhot emn sincere emn emn discipline mane bhakhare bujabo nuware ❤
তোমাৰ যোগেদি চীন দেশ দেখিলোঁ
ভাল লাগিল। বহুত বহুত ধন্যবাদ
Apuni amar karone video koribo eman kosto koribo lage
সুন্দৰ লাগিছে
Bht bht val lgil sai❤️..pare jodi tar hospital, School,clg..anekua bur dekhbo sn❤️tar mdcl sabo bht mon ase..🤔
খুব সুন্দৰ, আমি নেদেখা বস্তু তোমি ইমান কষ্ট কৰি V D O জৰিয়তে দেখুওৱালা,তোমালৈ অশেষ ধন্যবাদ জনালো। জয় আই অসম।
মনোমোহা ❤ সম্পূৰ্ণ video চালোঁ।
বৰ ভাল লাগিছে। নেদেখা ঠাই দেখা পাইছোঁ।
বহুত ভাল লাগিল ভিডিঅ টি ভূষণ,যি চাইনা দেশৰ বিষয়ে আমি শুনিছিলো এতিয়া তোমাৰ পৰা নেদেখা নেদেখা places দেখিবলৈ পাইছো।ধন্যবাদ থাকিল, (from Digboi)
Moja jaga tu aru video tu moja lagil
ইমান সুন্দৰ ভিডিঅ'দিয়া বাবে বহুতো ধন্যবাদ
Bohut val lagil God bless you
ইয়াতে থাকি চীন দেখিলো ।বহুত বহুত Thanks .
বৰ ভাল লাগিল.....
A big and a great message from China to India made by You .......Thanks
ইমান ধুনীয়া লাগিছে। তোমাক অশেষ ধন্যবাদ।
Boriya lagil
খুব ভাল লাগিল চাই
God always bless you 💐
Xundor xplore by chine......well
Bahut bahut dhunia lagise. , Thank you
Bahut bahut bhal lagil
Bhot dhoiya lagil . aru anekoa video r babe apexa krim ❤🎉🎉
Vaiti video bor sai bohut bohut bhal lagil tumar babe bohut nedekha thai dekhilo👍👍👍
ভাল লাগিল ।তোমাক বহুত ধন্যবাদ।❤
ভাল হৈছে ভিডিঅ
Bahut bahut dhunia lagise. , Pathsala
Apunar video to Val lagil logote gamusa khone Akhomiak sinaki desae.
bohut moja lagil place to satisfied❤❤
Bohut dhuniya
Bahut bahut dhuniya Lagise.
Video tu sai val lagil,pisaloi val val video sowar hepah thakil
Bor. Xundor place maney maney thanks
Bhal lagil videutu sai aru natun natun video di thakibo . Thank you❤❤❤
ভাল লাগিল আগুৱাই যোৱা
Bht dhuniya video dada
বহুত কষ্ট কৰি বনাইছা ভিডিঅ' টো। বহুত ভাল লাগিল।
Bohut val lagil vidio tu❤❤❤❤❤❤❤
Bahut dhuniya bhaiti val lagise
Tumi bahut kosta korisa.
তোমাৰ পৰাই চীন দেশৰ বহু ঠাই দেখিলোঁ যেতিয়া বহুত বহুত ধন্যবাদ দিলো।